অপৰাধঅসমঅসম আৰক্ষী

বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ পিছতে এতিয়া ৰসায়নিক সাৰৰ ছিণ্ডিকেটৰ ওপৰত অসম আৰক্ষীৰ শেনচকু

হাইলাকান্দিত গ্ৰেপ্তাৰ ৫জন ৰসায়নিক সাৰৰ ব্যবসায়ী। জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাইলাকান্দি আৰক্ষী গ্ৰেপ্তাৰ কৰিছে এই ৰসায়নিক সাৰৰ পাইকাৰি ব্যবসায়ীকেইজনক

বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ পিছতে এতিয়া ৰসায়নিক সাৰৰ ছিণ্ডিকেটৰ ওপৰত অসম আৰক্ষীৰ শেনচকু।

হাইলাকান্দিত গ্ৰেপ্তাৰ ৫জন ৰসায়নিক সাৰৰ ব্যবসায়ী। জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাইলাকান্দি আৰক্ষী গ্ৰেপ্তাৰ কৰিছে এই ৰসায়নিক সাৰৰ পাইকাৰি ব্যবসায়ীকেইজনক। গ্ৰেপ্তাৰ জাকিৰ হুচেইন চৌধুৰী, চিৰাজ উদ্দিন লস্কৰ, জালাল উদ্দিন ছোদিয়াল, আব্দুক মতিন বড়ভূঞা আৰু কাইদুল আলম লস্কৰ।

অসমৰ কৃষকৰ বাবে আবণ্ঠিত সাৰ বহি:ৰাজ্যত বিক্ৰয় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই পাচ ব্যবসায়ীক। লগতে পাচগ্ৰাম, আলগাপুৰ আৰু লালা এলেকাত জব্দ কৰা হয় তিনিটাকৈ গুদাম। হাইলাকান্দিৰ জিলা কৃষি বিভাগত দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৫ ব্যৱসায়ীক। এই ব্যৱসায়ীকেইজনে নিজৰ অধীনত প্ৰায় ৩৭ জন ভুৱা খুচৰা বিক্ৰেতাৰ নামত সাৰ শৰাধ কৰি সেই সাৰ সমূহ মিজোৰাম হৈ ম্যানমাৰত সৰবৰাহ কৰিছিল ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.