অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

মাৰ্ঘেৰিটাত মহিলাৰ ৰহস্যজনক আত্মহত্যা, ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ সন্দেহ

মাৰ্ঘেৰিটাত মহিলাৰ ৰহস্যজনক আত্মহত্যা

ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ সন্দেহ

বিষাক্ত দ্ৰব্য খাই আত্মহত্যা মহিলাগৰাকীৰ

বহু লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল মহিলাগৰাকীয়ে

মৃত মহিলাগৰাকীৰ নাম চুলানা খাতুন

উল্লেখ্য, সমূহ আইনী প্ৰক্ৰিয়া কাগজ-পত্ৰ কৰি সংগ্ৰহ কৰিছিল বিনোদ আগৰৱালাৰ পৰা ১৬ লাখ  ধন। ইয়াৰে চেহনাজ বেগম নামৰ মহিলা এগৰাকীয়ে ১৫ লাখ টকা আদায় দিয়াৰ অভিযোগ। কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীক কিহৰ ওপৰত ভিত্তি কৰি ইমান বৃহৎ পৰিমাণৰ ধন আদায় দিছিল সেইয়া এই মুহুৰ্তলৈকে স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে দুয়োগৰাকীক সোধ -পোচ অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.