অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যু, শুই থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যু

শুই থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

মৃত ছাত্ৰজন তিনিচুকীয়াৰ নীলোৎপল গগৈ

পৰিৱেশ বিজ্ঞান বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ নীলোৎপল

শৰাইঘাট চি ভি ৰমন হোষ্টেলৰ আৱাসী নীলোৎপল

পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.