AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসমৰ মুছলমান সমাজ তুষ্টিকৰণৰ ৰাজনীতিৰে সন্তুষ্ট নহয়’ : মুখ্যমন্ত্ৰী

ডিব্ৰুগড়ৰ চাবুৱাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

সোণোৱালে চাবুৱাত ৭০-৭৫ হাজাৰ ভোট লাভ কৰাৰ দাবী

গৌৰৱ গগৈ, অখিল গগৈৰ নামাজ পঢ়া সন্দৰ্ভত প্ৰতিক্ৰিয়া

‘ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা কিয় এনে আধ্যাত্মিকতা নেদেখুৱালে’

‘গৌৰৱ গগৈয়ে মহাপাপ কৰিছে’

‘প্ৰাণ প্ৰতিষ্ঠাৰ দিনা নগাঁৱত ৰাহুল গান্ধীৰ সৈতে প্ৰতিবাদত ব্যস্ত আছিল’

‘অসমৰ মুছলমান সমাজ তুষ্টিকৰণৰ ৰাজনীতিৰে সন্তুষ্ট নহয়’

এনেদৰেই কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত মুখৰ মুখ্যমন্ত্ৰী

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.