অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰিলায়েন্স উদ্যোগৰ ৪৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভা, বাৰ্ষিক সাধাৰণ সভাত বৃহৎ ঘোষণা মুকেশ আম্বানীৰ

ৰিলায়েন্স উদ্যোগৰ ৪৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভা

বাৰ্ষিক সাধাৰণ সভাত বৃহৎ ঘোষণা মুকেশ আম্বানীৰ

দেশৰ উদ্যোগখণ্ডকলৈ ৰিলায়েন্সৰ বৃহৎ পৰিকল্পনা

১৯ ছেপ্টেম্বৰত মুকলি কৰিব তাঁৰবিহীন ব্ৰডবেণ্ড সেৱা

গণেশ চতুৰ্থীৰ দিনাই দেশত মুকলি হ’ব জিঅ’ এয়াৰ ফাইবাৰ

1Gbps হাইস্পীড ইণ্টাৰনেট সেৱাৰ বাবে সুলভ হ’ব জিঅ’ ফাইবাৰ

বীমাখণ্ডতো প্ৰৱেশ কৰিব ৰিলায়েন্স উদ্যোগে

জিঅ’ ফাইনেঞ্চিয়েল ছাৰ্ভিচেজে প্ৰৱেশ কৰিব বীমা খণ্ডত

আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ খণ্ডতো প্ৰৱেশ কৰিব ৰিলায়েন্সে

২০৩০লৈ ১০০ গিগাৱট পুনৰ নৱীকৰণ শক্তি উৎপাদনৰ লক্ষ্য

অহা ৫ বছৰৰ ভিতৰত দেশজুৰি স্থাপন কৰিব ১০০ বায়’গেছ প্ৰকল্প

অহা ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশতে কাৰ্যকাৰী হ’ব 5G সেৱা

ৰিলায়েন্স উদ্যোগসমূহে সৃষ্টি কৰিছে ৩.৯ লাখ কৰ্মসংস্থাপন

ৰিলায়েন্স উদ্যোগৰ সঞ্চালকমণ্ডলীত নিযুক্ত হ’ল আম্বানীৰ পুত্ৰ-জীয়ৰী

সঞ্চালকমণ্ডলীৰ পৰা পদত্যাগ পত্নী নীতা আম্বানীৰ

ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষা হিচাপেহে থাকিব নীতা আম্বানী

অহা ৫ বছৰলৈ অধ্যক্ষ, পৰিচালন সঞ্চালক পদত থাকিব মুকেশ আম্বানী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.