অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি DNLAৰ সৈতে ৰাজ্য চৰকাৰৰ শান্তি চুক্তি : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দিল্লী গৃহ মন্ত্ৰালয়ত স্বাক্ষৰিত হ’ব বুজাবুজি চুক্তি...

আজি DNLAৰ সৈতে ৰাজ্য চৰকাৰৰ শান্তি চুক্তি

দিল্লী গৃহ মন্ত্ৰালয়ত স্বাক্ষৰিত হ’ব বুজাবুজি চুক্তি

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হ’ব শান্তি চুক্তি

দিল্লীত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘কেৱল আলফাৰ সৈতেহে চুক্তি কৰিবলৈ বাকী থাকিব’

‘আলফাৰ সৈতেও চলি আছে কথা-বতৰা’

‘মে’ মাহৰ ভিতৰতে আলফাৰে শান্তি চুক্তি হোৱাৰ সম্ভাৱনা’

‘আলোচনাপন্থী আলফাক চৰকাৰে প্ৰস্তুত কৰি দিছে খচৰা’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.