অসমদৈনিক বাতৰিভাৰত
অমৃতপাল সিঙক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়লৈ ১৩জনীয়া দল
অমৃতপাল সিঙক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়লৈ ১৩জনীয়া দল
![অমৃতপাল সিঙক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়লৈ ১৩জনীয়া দল অমৃতপাল সিঙক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়লৈ ১৩জনীয়া দল](https://prathamkhabartv.com/wp-content/uploads/2023/04/News-Live-Photo-696x440-1.jpeg)
অমৃতপাল সিঙক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়লৈ ১৩জনীয়া দল
শিৰোমণি আকালি দলৰ শীৰ্ষ নেতাৰ নেতৃত্বত দলটো
অমৃতপালসহ ১০ খালিস্তানী সমৰ্থকক সাক্ষাৎ কৰিব দলটোৱে
ডিব্ৰুগড়ৰ কাৰাগাৰত খালিস্তানী অমৃতপালক মাৰাথন জেৰা
IB আৰু RAWএ পৃথকে পৃথকে চলাইছে জেৰা
পোহৰলৈ আহিছে খালিস্তানী বিদ্ৰোহৰ ন ন তথ্য
ডিব্ৰুগড়ত বাহৰ পাতিছে পাঞ্জাৱ আৰক্ষীয়ে