leatest updateআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰতমহাৰাষ্ট্ৰ

মধ্যপ্ৰদেশৰ খাড়গনত ভয়ংকৰ দুৰ্ঘটনা।

দলং ভাঙি ৫০ ফুট তলত পৰিল যাত্ৰীবাহী বাছ।

মধ্যপ্ৰদেশৰ খাড়গনত ভয়ংকৰ দুৰ্ঘটনা। দলং ভাঙি ৫০ ফুট তলত পৰিল এখন যাত্ৰীবাহী বাছ।

বৰ্তমানলৈকে নিহতৰ সংখ্যা ২২জনলৈ বৃদ্ধি পাাইছে।

খবৰ অনুসৰি ১৫জন লোকৰ থিতাতে নিহত বুলি জনা গৈছে।

বৰ্তমানলৈকে ২৫জনতকৈও অধিক লোকৰ আহত হোৱাৰ খবৰ পোৱা গৈছে।

ঘটনাক লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়েও সুক প্ৰকাশ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.