Socialভাৰতস্বাস্থ্য

দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত বাসগৃহলৈ উভতিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

দীৰ্ঘদিন চিকিৎসাৰ অন্তত মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ বাবে আজি তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়

শাৰীৰিক অসুস্থতাৰ বাবে দিল্লী এইমছত ভৰ্তি হৈ থকা প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক আজি চিকিৎসালয়ৰ পৰা নিজা বাসগৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে চিকিৎসকে।

ডেংগু সংক্ৰমণ ধৰা পৰা প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ শৰীৰ অত্যাধিক দুৰ্বল হৈ পৰিছিল চিকিৎসাধীন অৱস্থাত। দীৰ্ঘদিন চিকিৎসাৰ অন্তত মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ বাবে আজি তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.