অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা, কন্যাসহ এজন লোকক দুৰ্বৃত্তৰ আক্ৰমণ

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

কন্যাসহ এজন লোকক দুৰ্বৃত্তৰ আক্ৰমণ

আহত দুগৰাকী সাধন দাস আৰু চুমি দাস

মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত এই ঘটনা

৪জন যুৱকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ

অভিযোগ বিকী দাস, ৰাজা দে’, শম্ভু দে’, অশোকৰ বিৰুদ্ধে

ফটাশিল থানাত গোচৰ ৰুজু

গাড়ীৰ হৰ্ণ দিয়াক কেন্দ্ৰ কৰি এই আক্ৰমণৰ ঘটনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.