খাদ্যদৈনিক বাতৰিবিশ্বমনোৰঞ্জন

যৌতুক অথবা নিৰ্যাতন নহয়, ৫ মিনিটত ৰেডী হোৱা মেগীয়ে কাৰণ হৈ পৰিল বিবাহ বিচ্ছেদৰ

মেগীয়ে কাৰণ হৈ পৰিল বিবাহ বিচ্ছেদৰ

যোৱা কেইবছৰমানে বিবাহ বিচ্ছেদৰ ঘটনা দিনক দিনে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। স্বামী-স্ত্ৰীৰ মাজৰ সৰু সৰু কাজিয়াও বহু সময়ত বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰে।

কিন্তু এইবাৰ বিবাহ বিচ্ছেদৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনিও। এই বিবাহ বিচ্ছেদৰ কাৰণ যৌতুকৰ দাবী অথবা শাৰিৰীক নিৰ্যাতন নহয়। সাধাৰণ মেগীয়ে কাৰণ হৈ পৰিল বিবাহ বিচ্ছেদৰ।

কৰ্ণাটকৰ বেল্লাৰী জিলাৰ এজন যুবকে মেগীৰ বাবে আদালতত গৈ তেওঁৰ পত্নীৰ লগত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে। তেওঁ কয় যে, বিবাহৰ পিছৰে পৰা তেওঁৰ পত্নীয়ে কেৱল মেগীয়েই বনাই আছে। মেগী খাই খাই অতিস্থ হৈ যুবকজনে পত্নীৰ পৰা এতিয়া বিবাহ বিচ্ছেদ বিচাৰিছে।

উল্লেখ্য যে, এনে সমস্যাৰ কথা শুনি আদালতেও মঞ্জুৰ কৰিলে যুৱকজনৰ বিবাহ বিচ্ছেদ আবেদন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.