অপৰাধঅসম

হোৱাটছএপত প্ৰেম কৰি পলায়ন কৰিলে মহিলাই! প্ৰেমিকে বিক্ৰী কৰি দিলে পশ্চিমবংগত…..

বহিঃৰাজ্যৰ ব্যক্তিৰ সৈতে পলায়ন মহিলাগৰাকীৰ

◾হোৱাটছএপত চিনাকি হৈ প্ৰেমত পৰিল এগৰাকী মহিলা

◾বহিঃৰাজ্যৰ ব্যক্তিৰ সৈতে পলায়ন মহিলাগৰাকীৰ

◾পশ্চিমবংগৰ পতিতালয়ত বিক্ৰী মহিলাগৰাকীক

◾এই ঘটনা সংঘটিত গোৱালপাৰাৰ ধূপধৰাত

◾দুমাহ পূৰ্বে মহিলাগৰাকী চিনাকি হৈছিল বিজয়ৰ সৈতে

◾ইছলামপুৰৰ পৰা মহিলাগৰাকীক উদ্ধাৰ ধূপধৰা আৰক্ষীৰ

◾মহিলাগৰাকীক উদ্ধাৰ কৰি গতাই দিয়ে পৰিয়ালক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − thirteen =

Back to top button