অসমআন্তঃৰাষ্ট্ৰীয়খেলভাৰত

শক্তিশালী চাইনীজ টাইপেক পৰাস্ত কৰি চেমি ফাইনেলত অসম কন্যা লাভলীনা

টকিঅ' অলিম্পিকৰ বক্সিঙৰ চেমি ফাইনেলত প্ৰৱেশ অসম কন্যাৰ

ইতিহাস ৰচিলে অসম কন্যাই। টকিঅ’ অলিম্পিকৰ বক্সিঙৰ চেমি ফাইনেলত প্ৰৱেশ অসম কন্যাৰ।

শুকুৰবাৰে পুৱাই ভাৰতবাসীৰ বাবে ভাল খবৰ। অন্ত পৰিল উত্তেজনাৰ। কোৱাৰ্টাৰ ফাইনেলত জয়লাভ অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাইৰ।

টকিঅ’ অলিম্পিকত প্ৰতিদ্বন্দ্বী চাইনীজ টাইপেৰ চেন-নিয়েন-চিয়েনৰ সৈতে বক্সিং ৰিঙত নামিছিল লাভলীনা। প্ৰতিদ্বন্দ্বী খেলুৱৈক ৪-১ পইন্টত হৰুৱাই চেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহায়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button