Assamassam policepoliticalঅসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

মিচিং স্বায়ত্তশাসিত পৰিষদৰ সীমা নিৰ্ধাৰণক লৈ গোগামুখত উত্তাল প্ৰতিবাদ….

গোগামুখত উত্তাল প্ৰতিবাদ কেইবাটাও সংগঠনৰ

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে গোগামুখ

অনামিচিং ঐক্য মঞ্চৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

মিচিং স্বায়ত্তশাসিত পৰিষদৰ সীমা নিৰ্ধাৰণক লৈ প্ৰতিবাদ

কেইবাখনো অনামিচিং গাঁও পৰিষদত অন্তৰ্ভুক্তিৰ বিৰোধিতা

মিচিং স্বায়ত্বশাসিত পৰিষদৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ

মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ধেমাজি গোগামুখত। বিশেষকৈ মিচিং স্বায়ত্বশাসিত পৰিষদত নতুনকৈ সমষ্টি নিৰ্ধাৰণ তথা অনামিচিঙ গাওঁ অন্তৰ্ভুক্ত কৰাক লৈ অনামিচিঙ লোকসকলে সাব্যস্ত কৰে তীব্ৰ বিৰোধিতা। মিচিং স্বায়ত্বশাসিত পৰিষদে অসমীয়া গাওঁসমূহক মিচিঙৰ অধীন কৰিব বিচৰা কাণ্ডত জাঙুৰ খাই উঠিছে অনামিচিঙ লোকসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.