অসমদৈনিক বাতৰি

নামৰূপ সাৰকাৰখানা বন্ধৰ সিদ্ধান্তক লৈ তৃতীয় দিনাও উত্তাল নামৰূপ সাৰকাৰখানা চৌহদ

নামৰূপ সাৰকাৰখানা বন্ধৰ সিদ্ধান্তক লৈ তৃতীয় দিনাও উত্তাল নামৰূপ সাৰকাৰখানা চৌহদ

নামৰূপ সাৰকাৰখানা বন্ধৰ সিদ্ধান্তক লৈ তৃতীয় দিনাও উত্তাল নামৰূপ সাৰকাৰখানা চৌহদ। সোমবাৰে আম আদমি পাৰ্টী ডিব্ৰুগড় জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামৰূপ আঞ্চলিক সমিতিয়ে সাৰকাৰখানা প্ৰৱেশদ্বাৰত পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে।

নামৰূপ সাৰকাৰখানাক লৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ভূমিকাক চোকা ভাষাৰে সমালোচনা। চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে। শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰক সিদ্ধান্ত বাতিল কৰাৰ লগতে চতুৰ্থটো ইউনিট স্থাপনৰ ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিবাদকাৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.