Socialঅপৰাধঅসম

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জিএমচিৰ সহকাৰী অভিযন্তা…

এজন ঠিকাদাৰৰ পৰা দিবাকৰ মালীয়ে উৎকোচ হিচাপে বিচাৰিছিল ৫০০০ টকা।

উৎকোচ লৈ ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) এজন সহকাৰী অভিযন্তা। শুকুৰবাৰে দুৰ্নীতিৰ অভিযোগত অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে আটক কৰে GMCৰ কনিষ্ঠ অভিযন্তা দিবাকৰ মালীক।

এজন ঠিকাদাৰৰ পৰা দিবাকৰ মালীয়ে উৎকোচ হিচাপে বিচাৰিছিল ৫০০০ টকা।

শুকুৰবাৰে, উৎকোচ লোৱাৰ সময়তে  ফাঁচী বজাৰৰ কাৰ্যালয়ৰ পৰাই দুৰ্নীতি বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰে কনিষ্ঠ অভিযন্তা দিবাকৰ আলীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.