AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কংগ্ৰেছত কোনে কৰিছে লবী? ‘কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে’ : কমলাক্ষ দে’ পুৰকায়স্থ

প্ৰসংগঃ বিধায়ক পদ খাৰিজ

প্ৰতিক্ৰিয়া প্ৰকাশ কমলাক্ষ দে’ পুৰকায়স্থৰ

‘কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে’

সংখ্যালঘু বিধায়কক লৈ ৰকিবুল হুছেইনে লবী কৰাৰ অভিযোগ

ৰকিবুল হুছেইনৰ লবীত প্ৰায়সংখ্যক সংখ্যালঘু বিধায়ক আছে

নুৰুল হুদা, আলমৰ দৰে বিধায়ক ৰকিবুল হুছেইনৰ লবীত

দেৱব্ৰত শইকীয়ালৈ বেয়াই লাগে : কমলাক্ষ দে’ পুৰকায়স্থ

তেওঁৰ কথা কোনেও নুশুনে : কমলাক্ষ

মই থাকোঁতে অলপ মাত মাতিছিলো, এতিয়া কোনেও নামাতে

বিধায়ক পদ খাৰিজ হ’লে আকৌ নিৰ্বাচন খেলিম

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.