leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিমনোৰঞ্জন

৩০ জুন আৰু ১জুলাইত গীনিজ বুকত ৰেকৰ্ড কৰা বিহুৱা বিহুৱতীৰ একাউণ্টত সোমাব ধন।

ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত...

শনিবাৰে সন্ধিয়া দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত লোৱা হয় কেইবাটাও বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি গীনিজ বুকত ৰেকৰ্ড কৰা সৰুসজাইৰ বিহুত অংশ লোৱা বিহুৱা আৰু বিহুৱতীসকলক জিলাই জিলাই ৩০ জুন আৰু ১জুলাইত প্ৰদান কৰা হ’ব প্ৰমাণ পত্ৰ। পূৰ্বে ঘোষণা কৰা অনুসৰি তেওঁলোকৰ একাউণ্টত জমা কৰা হ’ব ধন। প্ৰতি জিলাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব একোগৰাকীকৈ মন্ত্ৰীয়ে।

আনহাতে পুনৰ তৃতীয় বৰ্গৰ ১৯৮টা আৰু চতুৰ্থ বৰ্গৰ ৬৩৭টা পদত দিয়া হ’ব নিযুক্তি। নুমলীগড় ৰিফাইনেৰীত অংশ প্ৰদান কৰাৰ বাবে আজি কেবিনেটে ২০৫ কোটি ৭৫ লাখ টকা আবণ্টন দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.