অসম

জামিন পালে বৰ্ষাশ্ৰীয়ে, কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই

ফেচবুকত বিপ্লৱী কবিতা লিখাৰ অপৰাধত ১৮ মে’ত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক। 

মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। অৱশেষত জামিন লাভ কৰিলে বৰ্ষাশ্ৰীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে বৰ্ষাশ্ৰীৰ জামিন।

 

ৰাষ্ট্ৰদোহৰ অভিযোগত গোলাঘাটত কাৰাৰুদ্ধ হৈ থকা বৰ্ষাশ্ৰী আজি মুক্ত। ফেচবুকত বিপ্লৱী কবিতা লিখাৰ অপৰাধত ১৮ মে’ত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক।

 

উল্লেখ্য যে, ২৫ হাজাৰ টকাৰ জামানত ধাৰ্য বৰ্ষাশ্ৰীৰ। ভৱিষ্যত এনে কাৰ্য নকৰিবলৈ আদালতৰ মজিয়াত চৰকাৰে দৰ্শায় আপত্তি। উচ্চ ন্যায়ালয়ত আৰক্ষীয়ে দাখিল কৰিছিল কেছ ডায়েৰী। আদালতে কেছ ডায়েৰী নিৰীক্ষণ কৰাৰ পাছতেই দুয়োপক্ষৰ শুনানিৰ অন্তত জামিন গ্ৰাহ্য কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.