অসমদৈনিক বাতৰিভাৰত

সংসদত আজিৰে পৰা অনাস্থা প্ৰস্তাৱৰ আলোচনা, বিৰোধীৰ নেতৃত্বত ৰাহুল গান্ধী…

সংসদত আজিৰে পৰা অনাস্থা প্ৰস্তাৱৰ আলোচনা, বিৰোধীৰ নেতৃত্বত ৰাহুল গান্ধী

সংসদত আজিৰে পৰা অনাস্থা প্ৰস্তাৱৰ আলোচনা

বিৰোধীৰ নেতৃত্বত ৰাহুল গান্ধী

কংগ্ৰেছৰ ভাষণ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে

মোদী চৰকাৰৰ বিৰুদ্ধে আনিছিল অনাস্থা প্ৰস্তাৱ

মণিপুৰৰ ঘটনাক লৈ অনাস্থা প্ৰস্তাৱ আনিছিল বিৰোধীয়ে

১০ আগষ্টত অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে

৯ বছৰীয়া শাসন কালত প্ৰথমবাৰৰ বাবে অনাস্থাৰ সন্মুখীন মোদী

তিনি দিন ধৰি চলিব শাসক-বিৰোধীৰ সংসদৰ ভাষণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.