অসমআঞ্চলিকদৈনিক বাতৰি

গোলাঘাটৰ বৰপথাৰত বনবিভাগৰ সহযোগত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ

গোলাঘাটৰ বৰপথাৰত বনবিভাগৰ সহযোগত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ

গোলাঘাটৰ বৰপথাৰত বনবিভাগৰ সহযোগত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ। দিনে নিশাই বনবিভাগৰ চকুত ধুলি দি কৰ ফাকিৰে এটা দুষ্ট চক্রই বালি সৰবৰাহ কৰি থকাৰ বিষয়ে একাধিক অভিযোগ উত্থাপিত হৈ আহিছিল।

এই অভিযোগৰ পাছতে বন বিভাগে বৰপথাৰ -চিলনীজান সংযোগী পথত এখন অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। এনেদৰে বহু দিনৰ পৰাই চৰকাৰ তথা বন বিভাগক কৰ ফাকি দি এই ডাম্পাৰসমূহ চলাচল কৰি আছে। পৰৱৰ্তী সময়ত লক্ষ্যনীয় হব এই কৰ ফাকি দি বালি কঢ়িওৱা ডাম্পাৰ সমূহ ওপৰত বন বিভাগে কি ব্যৱস্থা লয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.