আন্তঃৰাষ্ট্ৰীয়

গাড়ীত ছীটবেল্ট নলগোৱাৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ভৰিলে জৰিমনা!

চলন্ত বাহনত বহি ভিডিঅ’ বনোৱাত ব্যস্ত ঋষি ছুনাক!

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ভৰিবলগীয়া হ’ল জৰিমনা। চলন্ত বাহনত বহি ভিডিঅ’বনোৱাত ব্যস্ত আছিল ঋষি ছুনাক। ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’বনোৱাৰ সময়ত ছীটবেল্ট লগোৱা নাছিল ঋষি ছুনাকে। আৰু তাৰ বাবেই ভৰিবলগীয়া হ’ল জৰিমনা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে আৰু কৈছে যে এয়া তেওঁৰ ভুল আছিল। তেওঁ ইয়াৰ বাবে ক্ষমা বিচাৰি জৰিমনা ভৰিব বুলিও কয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.