অসমগুৱাহাটীদৈনিক বাতৰি

সাৱধান! বাঘ ওলাইছে বাঘ…অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ বিশেষ জাননী

সাৱধান! বাঘ ওলাইছে বাঘ...অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ বিশেষ জাননী

সাৱধান! বাঘ ওলাইছে বাঘ…

অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ বিশেষ জাননী

চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘলত নাহৰফুটুকীৰ বিচৰণ

য’তে ত’তে পোৱা গৈছে নাহৰফুটুকীৰ ফুট প্ৰিণ্ট

শিশুসকলক অকলে এৰি নিদিবলৈ সকিয়নী

অভিভাৱক অবিহনে অকলে নেৰিব শিশুক

সতৰ্ক হোৱাৰ আহ্বান জাপৰিগোগ, হেঙেৰাবাৰীবাসীক

হেঙেৰাবাৰী পাহাৰলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা

দাঁতি কাষৰীয়া অঞ্চলতো মুক্ত বিচৰণ নাহৰফুটুকীৰ

এন্ধাৰত অকলে ওলাই নহাৰ আহ্বান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.