অসমদৈনিক বাতৰিভাৰত

মহাৰাষ্ট্ৰৰ পাৱাৰ পলিটিক্সৰ নতুন মোৰ, আজি পাৱাৰ বনাম পাৱাৰৰ যুঁজ…শক্তি প্ৰদৰ্শনত নামিছে দুই পক্ষ….

মহাৰাষ্ট্ৰৰ পাৱাৰ পলিটিক্সৰ নতুন মোৰ, আজি পাৱাৰ বনাম পাৱাৰৰ যুঁজ...শক্তি প্ৰদৰ্শনত নামিছে দুই পক্ষ....

মহাৰাষ্ট্ৰৰ পাৱাৰ পলিটিক্সৰ নতুন মোৰ

আজি পাৱাৰ বনাম পাৱাৰৰ যুঁজ

শক্তি প্ৰদৰ্শনত নামিছে দুই পক্ষ

পৃথকে পৃথকে অনুষ্ঠিত দুই গোটৰ বৈঠক

কাৰ পক্ষত আছে কিমান বিধায়কৰ সমৰ্থন

অজিত পাৱাৰক প্ৰয়োজন মেজিক নম্বৰ ৩৬

অজিত পাৱাৰৰ দাবী ৪০জন বিধায়ক আছে তেওঁৰ সমৰ্থনত

NCPৰ আছে ৫৩জন বিধায়ক

শাৰদ পাৱাৰৰ দাবী ৯জন বিধায়ক আছে অজিত পাৱাৰৰ সৈতে

দিনৰ ১১ বজাৰ পৰা চলি আছে অজিত পাৱাৰ গোটৰ বৈঠক

দুপৰীয়া ১ বজাত অনুষ্ঠিত হ’ব শাৰদ পাৱাৰ গোটৰ বৈঠক

চাচা-ভতিজাৰ যুঁজে মহাৰাষ্ট্ৰৰ ৰাজনীতিত সৃষ্টি কৰিছে ধুমুহা

যাৰ সংখ্যা বেছি হ’ব সেই গোটেই NCPক দিব নেতৃত্ব

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.