Assamleatest updatenationalঅসমদৈনিক বাতৰিভাৰত

ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত অসমৰ শিল্পী, ক’ৰিডৰত স্থাপন হ’বলগীয়া ১ হাজাৰ মূৰ্তি নিৰ্মাণ

ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত অসমৰ শিল্পী

ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত অসমৰ শিল্পী

ক’ৰিডৰত স্থাপন হ’বলগীয়া ১ হাজাৰ মূৰ্তি নিৰ্মাণ

ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৭০০ মূৰ্তি

ৰাম মন্দিৰৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ পাই আনন্দিত

২০১৩ চনৰ পৰা মূৰ্তি নিৰ্মাণত ব্যস্ত ৰঞ্জিত মণ্ডল

নৱবৰ্ষৰ ২২ জানুৱাৰীত শুভ উদ্বোধন হ’ব বহু প্ৰতিক্ষিত ৰাম মন্দিৰৰ। বৰ্ণাঢ্য মুকলি অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ ৰামলালৰ ৰাম কথা কুঞ্জত পূৰ্ণ গতিত অব্যাহত ১ হাজাৰ মূৰ্তি নিৰ্মাণৰ কাম। ৰাম মন্দিৰৰ চাৰিওপালৰ কৰিডৰত স্থাপন হব এই ১ হাজাৰ মূৰ্তি। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰায় ৭০০ মূৰ্তিৰ কাম।  শিলচৰ ইটখলাৰ বাসিন্দা ৰঞ্জিত মণ্ডল ৰাম মন্দিৰৰ ৰাম কথা কুঞ্জৰ মূৰ্তি নিৰ্মাণত জড়িত ২০১৩ চনৰ পৰা। ৰামকথা কুঞ্জত ৰামৰ সমগ্ৰ জীৱন কাহিনী বৰ্ণিত হ’ব। মূল মূৰ্তি স্থাপনৰ পাছতে স্থাপন কৰা হব নিৰ্মীয়মাণ এই এহাজাৰ মূৰ্তি ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.