অসমদৈনিক বাতৰিপৰিৱেশবতৰ

হঠাতে মহানগৰীত শুকুলা দলিচা

আজি দিনৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ অহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হয়

মহানগৰীৰ চৌদিশে শুকুলা দলিচা। হঠাতে অহা এজাক বৰষুণে নমাই আনিলে প্ৰচণ্ড শিলাবৃষ্টি।

আজি দিনৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ অহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হয়।

কোনোৱে যদি বৰফৰ লগত ছেলফি ল’লে কোনোৱে আনন্দতে বৰফেৰে খেলিলে।

কিন্তু এই প্ৰচণ্ড বৰষুণ শিলাবৃষ্টিয়ে ৰাজ্যত ম্লান কৰিলে সৰস্বতী পূজাৰ আনন্দ।

এফালে সৰস্বতী পূজাৰ আনন্দ আনফালে মায়াময় বতৰৰ লুকা-ভাকুৰ সংমিশ্ৰণ হ’ল গুৱাহাটীত

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.