AssamCity newsCultureFestivalFilmInternationalInternationalleatest updateঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্ববোলছবিমনোৰঞ্জনশিল্পীসংগীত

৯৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অস্কাৰৰ বাবে মনোনয়নসমূহ ঘোষণা…

ইবাৰৰ বঁটাৰ বাবে প্ৰত্যাশিতভাৱেই সৰ্বাধিক চৰ্চিত ছবি Oppenheimer'ৰে একাধিক শিতানত মনোনয়ন লাভ কৰিছে.....

৯৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অস্কাৰৰ বাবে মনোনয়নসমূহ ঘোষণা। এইবাৰৰ বঁটাৰ বাবে প্ৰত্যাশিতভাৱেই সৰ্বাধিক চৰ্চিত ছবি Oppenheimer’ৰে একাধিক শিতানত মনোনয়ন লাভ কৰিছে।  প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক ক্ৰিষ্টফাৰ ন’লানৰ দ্বাৰা পৰিচালিত Oppenheimer’ৰে ১৩টা শিতানত মনোনয়ন লাভ কৰিছে। ঘোষিত তালিকা অনুসৰি বিভিন্ন শিতানত মনোনয়ন লাভ কৰা ছবিসমূহ হৈছে – শ্ৰেষ্ঠ ছবিৰ শিতানত ‘Barbie’, ‘Oppenheimer’, ‘Past Lives’, ‘Anatomy of a fall’ৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ শিতানত Oppenheimer’ৰ বাবে ক্ৰিষ্টফাৰ ন’লানৰ নাম মনোনয়ন কৰা হৈছে। ‘এনাটমি অৱ এ ফল’ৰৰ বাবে জাষ্টিন ট্ৰেইনে মনোনয়ন লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰৰ বাবে ব্ৰেডলী কুপাৰ, চিলিয়ান মাৰ্ফি, জেফ্ৰি ৰাইট আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ছেণ্ডা হুলাৰ, কেৰি মুলিগান আৰু এম্মা হেনে মনোয়ন লাভ কৰিছে। উল্লেখ্য যে ১০ মাৰ্চ তাৰিখে বিজয়ীসকলক অস্কাৰ বঁটা প্ৰদান কৰা হ’ব।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.