leatest updateঅসমগুৱাহাটীসংস্কৃতি

অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ। অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু…

গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দুমাহৰো অধিক সময় ধৰি গ্ৰহণ কৰি আছিল চিকিৎসা।

জনপ্ৰিয় অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ শেষনিশ্বাস ত্যাগ। দিনৰ প্ৰায় ২.৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। ভ্ৰাম্যমাণ জগতৰো এগৰাকী প্ৰসিদ্ধ অভিনেতা ৰূপে জনপ্ৰিয় অভিনেতাগৰাকী দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল বৃক্ক ৰোগত গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দুমাহৰো অধিক সময় ধৰি গ্ৰহণ কৰি আছিল চিকিৎসা। গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দুমাহৰো অধিক সময় ধৰি গ্ৰহণ কৰি আছিল চিকিৎসা।

অভিনেতা মিহিৰজ্যোতি বৰুৱাই অসমীয়া চলচ্চিত্ৰ জগতত উপহাৰ দি গ’ল কেইবাখনো হিট ছবিৰ। তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল – চামেলি মেমছাব (১৯৭৫), বন্ধন (২০০৩), সৰু -বোৱাৰী (২০০৩) আৰু বাৰুদ (২০০৪)। তেখেতৰ মৃত্যুত ৰাজ্যৰ কলাজগতত শোকৰ ছাঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.