অসমদৈনিক বাতৰি

ৰাজ্যত অব্যাহত বহিঃৰাজ্যৰ ব্ৰয়লাৰ সৰবৰাহ, গোসাইগাঁৱৰ গুৰুফেলাত ব্ৰয়লাৰভৰ্তি পিকআপ ভান জব্দ

ৰাজ্যত অব্যাহত বহিঃৰাজ্যৰ ব্ৰয়লাৰ সৰবৰাহ

ৰাজ্যত অব্যাহত বহিঃৰাজ্যৰ ব্ৰয়লাৰ সৰবৰাহ

গোসাইগাঁৱৰ গুৰুফেলাত ব্ৰয়লাৰভৰ্তি পিকআপ ভান জব্দ

আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে ৪খন ব্ৰয়লাৰভৰ্তি বাহন

শ্ৰীৰামপুৰৰ পৰা গুৰুফেলা দিশে আহিছিল বাহনকেইখন

অভিযানৰ মাজতে পলায়ন আন দুখন বাহনৰ

অভিযানত আটক ১১ অবৈধ সৰবৰাহকাৰীক

গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকাৰ নেতৃত্বত গুৰুফেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন্দ্ৰ কলিতাই জব্দ কৰে ব্ৰয়লাৰভৰ্তি বাহনকেইখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.