অসমদৈনিক বাতৰি

বানৰ সমান্তৰালকৈ কামপুৰত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস…

বানৰ সমান্তৰালকৈ কামপুৰত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

বানৰ সমান্তৰালকৈ কামপুৰত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। বৃহস্পতিবাৰ পুৱাৰ পৰাই কামপুৰ চহৰত বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ পাছত নিশাও অব্যাহত থাকিল হাতীৰ উপদ্ৰৱ।

বন্যহস্তীৰ আতংকত উজাগৰি নিশা কটালে কামপুৰবাসীয়ে। জাকৰ পৰা ফালৰি কটা এহা হাতীয়ে সন্ত্ৰাস চলাইছিল কামপুৰ চহৰত। বন বিভাগৰ লোক আৰু আৰক্ষীয়ে হাতীটোক জনাঞ্চলৰ পৰা আঁতৰাই নিৰাপদ স্থানলৈ পঠিয়াবলৈ সক্ষম হৈছিল যদিও নিশা পুনৰ হাতীৰ উপদ্ৰৱ চলায় কামপুৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.