অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জিলাৰ মৰ্যাদা হেৰুৱাই ক্ষোভত জ্বলিছে বজালী, চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

জিলাৰ মৰ্যাদা হেৰুৱাই ক্ষোভত জ্বলিছে বজালী

চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি

বেৰিকেড ভাঙি অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ দল-সংগঠনৰ

ক্ষুব্ধ জনতাৰ প্ৰতিবাদত স্তব্ধ যাতায়াত

জিলাৰ মৰ্যাদা নোপোৱালৈ ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ

বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন

AJYCPৰ AGS মৃদুল তালুকদাৰ, কুশল ৰায়ক আটক

মোকলাই নিদিলে ভয়াৱহ পৰিস্থিতিৰ হুংকাৰ আছুৰ

পাঠশালাত আজি পথসভাৰ আয়োজন

বৃহস্পতিবাৰে পাঠশালাত অনুষ্ঠিত হ’ব ৰাজহুৱা সভা

ৰাজহুৱা সভাতে ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.