অসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীপ্ৰতিৰক্ষাভাৰতস্বাস্থ্য

এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে আক্ৰান্ত হৈছে ২৬ হাজাৰ ৫২৩ গৰাকী লোক

দেশত যোৱা মাৰ্চৰ পৰা নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ।

দেশত যোৱা মাৰ্চৰ পৰা নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। একেদৰে ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৬ হাজাৰ ৫০ গৰাকী। বিগত মাৰ্চ মাহত নতুনকৈ আক্ৰান্ত প্ৰায় ৩২ হাজাৰ লোক। আনহাতে, এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে আক্ৰান্ত হৈছে ২৬ হাজাৰ ৫২৩ গৰাকী লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.