অপৰাধঅসম

অসম-অৰুণাচল সীমান্তত উদ্ধাৰ বৃহৎ অস্ত্ৰ !

উদ্ধাৰ এটা AK-56 ৰাইফলচ, দুটা দীঘল বেৰেলৰ বন্দুক

◾অসম-অৰুণাচল সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ

◾ঘন জংঘলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ

◾ফি বিৰোত ভাৰতীয় সেনা, অৰুণাচল আৰক্ষীৰ অভিযান

◾উদ্ধাৰ এটা AK-56 ৰাইফলচ, দুটা দীঘল বেৰেলৰ বন্দুক

◾উদ্ধাৰ ২২ বৰৰ এটা পিষ্টল, গান পাউডাৰ, সক্ৰিয় গুলী

◾অস্ত্ৰ সমূহ NSCN (K)ৰ মেজৰ মামাক হাছেং দলৰ বুলি সন্দেহ

◾উদ্ধাৰ হোৱা অস্ত্ৰখিনি গতাই দিয়ে মান মৌ থানাত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 7 =

Back to top button