AssamCMO Assamleatest updatenationalPMo indiaSocialSports

সৰুসজাই ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে মুকলি খেলো ইণ্ডিয়া বিশ্বিবদ্যালয় গেমছ।

প্ৰতিযোগিতাত অংশগ্ৰহণ দেশৰ ২০০খন বিশ্ববিদ্যালয়ৰ পাঁচ হাজাৰৰো অধিক প্ৰতিযোগী

সৰুসজাই ষ্টেডিয়ামত আজি সন্ধিয়া আনুষ্ঠানিকভাৱে মুকলি কৰা হয় খেলো ইণ্ডিয়া বিশ্বিবদ্যালয় গেমছ।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু ৰাজ্যিক ক্ৰীড়ামন্ত্ৰী নীশিথ প্ৰামাণিক। এই বৃহৎ প্ৰতিযোগিতাত দেশৰ ২০০খন বিশ্ববিদ্যালয়ৰ পাঁচ হাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।

নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক পুনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনত সুবিধা দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। আনহাতে, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হৈ পৰে অসমৰ বিহুৰ প্ৰশংসাত পঞ্চমুখ। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰক্ষা কৰি অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.