leatest updatenationalPMo indiaSocial

বুধবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব কৃষক বিদ্ৰোহ…

কৃষকৰ দাবীবোৰৰ ওপৰত সঠিক সমাধান নোপোৱাৰ বাবেই পুনৰ তীব্ৰতৰ হ'ব আন্দোলন।

দেশৰ ৰাজধানী দিল্লীত অব্যাহত আছে কৃষক বিদ্ৰোহ। বিভিন্ন দাবী লৈ কৃষক সংগঠনৰ এই প্ৰতিবাদ। কৃষকৰ এই প্ৰতিবাদত সীমান্তৰ দুই-এক অঞ্চলত বিক্ষিপ্ত ঘটনাও সংঘটিত হোৱা দেখা যায়।

উল্লেখ্য যে, সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰা হৈছিল যদিও পুনৰ আৰম্ভ হ’ব কৃষক বিদ্ৰোহ। দেওবাৰে কৃষকসকলৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীযুষ গোৱেল তথা ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰথ। এই বৈঠকত কৃষকে চৰকাৰৰ প্ৰস্তাৱক নাকচ কৰাৰ পিছতে বুধবাৰে পুনৰ তীব্ৰতৰ কৰি তুলিব আন্দোলন। চৰকাৰৰ MSP প্ৰস্তাৱ কৃষক নেতাৰ নাকচ। কৃষকৰ দাবীসমূহৰ ওপৰত সঠিক সমাধান নোপোৱাৰ পিছতেই পুনৰ তীব্ৰতৰ হব কৃষকৰ আন্দোলন। MSP গেৰাণ্টি, পেঞ্চন, ঋণ মাফ আছিল কৃষকৰ মুখ্য দাবী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.