আন্তঃৰাষ্ট্ৰীয়মনোৰঞ্জন

ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গৰ পৰিয়াললৈ আহিল কণমানি আলহী। নাম ৰাখিলে অৰেলিয়া।

মাৰ্কে তাইক ভগৱানৰ আশীৰ্বাদ বুলি বৰ্ণনা কৰিছে।

মেটাৰ গৰাকী আৰু মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে শিশুটোৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আৰু তাইক ভগৱানৰ আশীৰ্বাদ বুলি বৰ্ণনা কৰিছে। মাৰ্কে পোষ্টটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু লিখিছিল যে বিশ্বলৈ স্বাগতম।

মেটাৰ গৰাকী আৰু মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্ৰিচিলা চান তৃতীয়বাৰৰ বাবে পিতৃ-মাতৃ হৈছে। জুকাৰবাৰ্গে সামাজিক মাধ্যমত এই তথ্য দিছে। মাৰ্কে শিশুটোৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আৰু তাইক ভগৱানৰ আশীৰ্বাদ বুলি বৰ্ণনা কৰিছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.