খাদ্যস্বাস্থ্য

KFCৰ খাদ্য ভাল পায় নেকি? তেন্তে এই কথা জনাৰ পাছত আপোনাৰ তিক্ততা আহিব KFCৰ প্ৰতি

কিন্তু এগৰাকী মহিলাই মনপচন্দৰ KFCৰ পৰা চিকেন অৰ্ডাৰ কৰি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হয়। এই ঘটনাৰ ফটো শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত।

মাংস খাই ভাল পোৱা লোকে KFC বুলিলে ৰবই নোৱাৰে।

কিন্তু এগৰাকী মহিলাই মনপচন্দৰ KFCৰ পৰা চিকেন অৰ্ডাৰ কৰি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হয়। এই ঘটনাৰ ফটো শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত।

KFC খাদ্য প্ৰস্তুতকাৰী কোম্পানীটোয়ে খাদ্যত ভেজাল কৰাৰ খবৰ আমি বহুবাৰ শুনিছো। কিন্তু এইগৰাকী মহিলায়ে KFCৰ খাদ্যত এনেকুৱা এটা বস্তু পালে যিটো দেখি আচৰিত হৈ পৰে তেওঁ। KFCৰ চিকেন অৰ্ডাৰ কৰি তেওঁৰ যি অভিজ্ঞতা হ’ল সেয়া হয়তো তেওঁ জীৱনত পাহৰিব নোৱাৰিব। তেওঁ অৰ্ডাৰ কৰা ফ্ৰেছ কেএফচি হট উইংছ (KFC Hot Wings)ৰ বাকচত চিকেনৰ সম্পূৰ্ণ মূৰ এটা পালে য’ত চিকেনৰ ঠোট, চকু দেখা গৈছে। KFCৰ ৰেগুলাৰ গ্ৰাহক গেব্ৰিয়েলে ছাউথৱেষ্ট লণ্ডনৰ টুইকেনহামত KFCৰ ফেলথামৰ পৰা অৰ্ডাৰ কৰিছিল।

তেওঁ খাদ্যৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে আৰু লগতে লিখে যে, ‘‘মই নিজৰ হট উইং মিলৰ অৰ্ডাৰত ফ্ৰাইড চিকেন হেড পালো। যাৰ কাৰণে মই নিজৰ সম্পূৰ্ণৰূপে খাদ্যৰ আনন্দ ল’ব নোৱাৰিলো।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.