অসমআঞ্চলিকদৈনিক বাতৰি

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো জাপানিজ এনকেফেলাইটিছৰ দ্ৰুত সংক্ৰমণ

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো জাপানিজ এনকেফেলাইটিছৰ দ্ৰুত সংক্ৰমণ

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো জাপানিজ এনকেফেলাইটিছৰ দ্ৰুত সংক্ৰমণ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত বৰ্তমানলৈ পোহৰলৈ অহা জাপানিজ এনকেফেলাইটিছ বেমাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০। ইয়াৰে দুজন‌ ৰোগী বৰ্তমানে চিকিৎসাধীন হৈ আছে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত।

জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ লগতে ডেংগু আৰু মেলেৰীয়া ৰোগতো আক্ৰান্ত হৈছে কেবাজনো ৰোগী। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৮ গৰাকী। ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা ৮ আৰু মেলেৰীয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪ জন‌।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.