অপৰাধঅসমআঞ্চলিক

লজ্জাজনক! কন্যা সন্তান জন্ম দিয়াৰ বাবেই এচিদ খুৱাই হত্যা

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ৷ভাতৰ সৈতে এচিদ মিহলাই খুৱাই হত্যা কৰা হ’ল এগৰাকী মহিলাক

ধিক্কাৰ মানৱ সমাজ! কন্যা সন্তান জন্ম দিয়াৰ বাবেই ভাতৰ লগত এচিদ খুৱাই হত্যা এগৰাকী মহিলাক৷ কৰিমগঞ্জত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ৷ভাতৰ সৈতে এচিদ মিহলাই খুৱাই হত্যা কৰা হ’ল এগৰাকী মহিলাক।

নিহত মহিলাগৰাকীৰ নাম চুমানা বেগম। ঘৰ কৰিমগঞ্জৰ গুলালকান্দি এলেকাত বুলি জানিব পৰা গৈছে। স্বামী শাকিল আহমদৰ ঘৰ ভৈৰব নগৰ এলেকাত। দুটা সন্তানৰ মাতৃ আছিল চুমানা ।চুমানা বেগমক প্ৰায়েই বেয়া ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে দেৱৰ আৰু শাহুৰ বিৰুদ্ধে।

ভাতৰ সৈতে এচিদ মিহলাই খুৱাই হত্যা কৰে। চিকিৎসালয়লৈ যোৱা হৈছিল যদিও কিন্ত কিছুসময়ৰ পিছত নিৰ্যাতিতাৰ মৃত্যু হয়। ঘটনাক কেন্দ্ৰ কৰি এলেকাত সৃষ্টি চাঞ্চল্যৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button