অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

হোজাইৰ কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

হোজাইৰ কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত উচ্ছেদ

কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত এই উচ্ছেদ

সীমান্তৱৰ্তী নখুঁটি শিবিৰ বজাৰ, আমবাৰীত উচ্ছেদ

সংৰক্ষিত বনভূমি অঞ্চলত উচ্ছেদ অভিযান

কোনো জাননী অবিহনে উচ্ছেদ চলোৱাৰ অভিযোগ

অবৈধ বসতিস্থলত এফালৰ ভাঙিলে ঘৰ-দুৱাৰ

লক্ষ্যণীয় যে, দীৰ্ঘদিনৰ পৰা উক্ত বিবাদমান অঞ্চলটো কাৰ্ৱি আংলঙে দাবী কৰি অহাৰ সমান্তৰালকৈ হোজাই মহকুমা প্ৰশাসনেও দাবী কৰি আহিছে অঞ্চলটো। বৰ্তমানলৈ দুয়োখন জিলাৰ মহকুমা প্ৰশাসনে নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই সীমা। তেনে সময়তে কাৰ্বি আংলং প্ৰশাসনে উচ্ছেদ চলোৱা কাৰ্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.