Assamঅসমগুৱাহাটী

শক্তিপীঠ কামাখ্যাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা

সিদ্ধেশ্বৰী মন্দিৰৰ পুখুৰীত উদ্ধাৰ এগৰাকী মহিলাৰ মৃ*তদেহ

শক্তিপীঠ কামাখ্যাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।যি ঘটনাই জোকাৰি গৈছে নীলাচলৰ বুকু। নীলাচলৰ সিদ্ধেশ্বৰী মন্দিৰৰ পুখুৰীত উদ্ধাৰ এগৰাকী মহিলাৰ মৃ*তদেহ।পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃ*তদেহটো মৃ*ত মহিলাগৰাকীৰ আনুমানিক বয়স ৪০ বছৰ।বৰ্তমানেও উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ পৰিচয় ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী।CID আৰু ফৰেনচিকৰ দলো উপস্থিত ঘটনাস্থলীত।মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ মৃতদেহ।প্ৰায়ে মন্দিৰত একাংশই প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীক ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত জালুকবাৰী আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.