Internationalleatest updateদৈনিক বাতৰিবিশ্ব

পুটিনৰ সমালোচক এলেক্সী নভালনীৰ মৃত্যু…

পুটিনৰ সমালোচক এলেক্সী নভালনীৰ মৃত্যু...

পুটিনৰ সমালোচক এলেক্সই ন’ভলানীৰ মৃত্যু

ন’ভলানীৰ মৃত্যুত বিশ্বজুৰি প্ৰতিক্ৰিয়া

ৰাছিয়াৰ শাসক পুটিনৰ সমালোচক আছিল এলেক্সই

ৰাছিয়াৰ মুখ্য বিৰোধী নেতা আছিল ন’ভলানী

ছাইবেৰিয়াৰ অতি শীতাৰ্ত কাৰাগাৰত আছিল ন’ভলানী

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৮ বছৰ

২০০০ চনৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছিল ন’ভলানীয়ে। অভিযোগ অনুসৰি ৰাছিয়াৰ প্ৰশাসক ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছিল বিৰোধী নেতা ন’ভলানীয়ে। পুটিন প্ৰশাসনৰ একাধিক বিষয়াৰ আঢ্যৱন্ত জীৱনশৈলী তথা অবাধ দুৰ্নীতিৰ তথ্য পোহৰলৈ অনা এলেক্সই ন’ভলানীক ২০১১–১২ চনতেই গ্ৰেপ্তাৰ কৰা হৈছিল। তথাপি সামাজিক মাধ্যমযোগে চৰকাৰৰ দুৰ্নীতি, অপশাসনৰ বিৰুদ্ধে মাত মাতি আহিছিল ন’ভলানীয়ে। ২০২৩ বৰ্ষৰ ডিচেম্বৰত তেওঁক দুৰ্গম ছাইবেৰিয়াৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। ন’ভলানীৰ মৃত্যুত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে পশ্চিমৰ দেশবোৰে গৰিহণা দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.