অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

জলবিস্ফোৰণত বিধ্বস্ত খাৰঘূলিৰ জয়পুৰ, জাইকা প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ

জলবিস্ফোৰণত বিধ্বস্ত খাৰঘূলিৰ জয়পুৰ

জাইকা প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ

দুৰ্ঘটনাত নিহত সুমিত্ৰা ৰাভা নামৰ মহিলাগৰাকী

জলবিস্ফোৰণত গৃহহীন প্ৰায় ১৬টা পৰিয়াল

ঘটনা সন্দৰ্ভত উত্তাল প্ৰতিবাদ গুৱাহাটী ছাত্ৰ সন্থাৰ

মন্ত্ৰী অশোক সিংঘলৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ

নিহত তথা ক্ষতিগ্ৰস্তক শীঘ্ৰে ক্ষতিপূৰণৰ দাবী

ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি দিয়াৰো দাবী আছুৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.