Assamleatest updatenationalদৈনিক বাতৰিভাৰত

ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগত আয়কৰৰ তালাচী অব্যাহত, কংগ্ৰেছ সাংসদ ধীৰজ চাহুৰ ঘৰত অভিযান

ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগত আয়কৰৰ তালাচী অব্যাহত, কংগ্ৰেছ সাংসদ ধীৰজ চাহুৰ ঘৰত অভিযান

ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগত আয়কৰৰ তালাচী অব্যাহত

কংগ্ৰেছ সাংসদ ধীৰজ চাহুৰ ঘৰত অভিযান

সাংসদ চাহু আৰু পৰিয়ালৰ বাসগৃহত এই অভিযান

প্ৰায় ১০ স্থানত চলা অভিযানত এতিয়ালৈ জব্দ ৩০০ কোটি

আৱাসগৃহ, কাৰ্যালয়, ফেক্টৰীত চলিছে তালাচী অভিযান

৩ ৰাজ্যৰ ১০ স্থানত বুধবাৰৰ পৰাই চলিছে অভিযান

৭ ডিচেম্বৰত সুৰা কোম্পানীৰ কাৰ্যালয়ত উদ্ধাৰ ৩০টাকৈ ধনভৰ্তি আলমিৰা

বৃহস্পতিবাৰে সন্ধিয়ালৈ উদ্ধাৰ হৈছিল ২৬০ কোটি টকা

ধীৰজ চাহু ঝাৰখণ্ডৰ পৰা নিৰ্বাচিত কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদ

শুকুৰবাৰৰ পৰা ১২টাকৈ মেচিনেৰে চলিছে জব্দকৃত ধনৰ হিচাপ

আয়কৰ বিভাগৰ মহানিৰ্দেশক সঞ্জয় বাহাদুৰে ভূবনেশ্বৰত সংবাদ মাধ্যমক জনোৱা অনুসৰি ধন গণিবলৈ প্ৰয়োজন হ’ব আৰু দুদিনৰ। বিৰোধী শিবিৰত ক্ৰমাগতভাৱে উদ্ধাৰ হোৱা অবৈধ ধনৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.