AssamInternationalleatest updatenationalPMo indiaবিশ্বভাৰত

পুনৰবাৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰনেতাৰ মৰ্যাদা লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

পুনৰবাৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰনেতাৰ মৰ্যাদা লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

পুনৰবাৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰনেতাৰ মৰ্যাদা লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৰ্ণিং কনছাল্ট নামৰ আন্তঃৰাষ্ট্ৰীয় বিজনেছ কনছালটেণ্ট প্ৰতিষ্ঠানৰ শেহতীয়া ৰেটিঙত শীৰ্ষস্থানত জিলিকিল প্ৰধানমন্ত্ৰী মোদী।আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেন, ইউকেৰ প্ৰধানমন্ত্ৰী ঋষি চুনাক আদি নেতাক পিছ পেলাই পুনৰ বিশ্বৰ জনপ্ৰিয় ৰাষ্ট্ৰনেতাৰ তালিকাত শীৰ্ষস্থানত উজলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

মৰ্ণিং কনছাল্টৰ ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰৰ সপ্তাহটোৰ ৰেটিঙত প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰে ৭৬ শতাংশ স্বীকৃতি। বিপৰীতে জ’ বাইডেনে লাভ কৰে মাত্ৰ ৩৭ শতাংশ। ঋষি চুনাকে পায় মাত্ৰ ২৫ শতাংশ। ৬৬ শতাংশৰে তালিকাৰ দ্বিতীয় স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপ্ৰধান এণ্ড্ৰি মেনুৱেল ল’পেজ। ৫৮ শতাংশৰে তৃতীয় স্থানত আছে ছুইজাৰলেণ্ডৰ এলেন বাৰছেট।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.