ৰাজনৈতিক

পঞ্জাৱত AAPৰ যাদু কী ঝপ্পি, AAPৰ হাতত ধৰাশায়ী বিজেপি…

চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত ১১৭টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল নিৰ্বাচন। 

অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী(AAP)এ পঞ্জাৱত বিপুল ভোটত জয়ী হ’বলৈ সক্ষম হৈছে। ১১৭টা বিধানসভা সমষ্টিৰ ৯২খন আসনত জয়ী হৈছে AAP।

 

AAPৰ মুখ্য প্ৰাৰ্থী ভগৱন্ত মানে ধুৰী বিধানসভা সমষ্টিৰ পৰা ৫৮,০০০ ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে। পঞ্জাৱক পুনৰ উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ বাবে কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ভগৱন্ত মান। চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত ১১৭টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল নিৰ্বাচন।

 

এই নিৰ্বাচনত কংগ্ৰেছৰ নেতা নৱজোট সিং সিধু আৰু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে নিজৰ নিজৰ সমষ্টিত পৰাজয় বৰণ কৰে। পঞ্জাৱ বিধানসভা নিৰ্বাচনত AAPএ ৯২খন আসন, কংগ্ৰেছে ১৮খন আসন, SADয়ে ৩খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে কেৱল ২খনহে আসন লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button