leatest updatenationalঅসমদৈনিক বাতৰি

জম্মু-কাশ্মীৰত আৰম্ভ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান, সন্ত্ৰাসবিধ্বস্ত অঞ্চলত প্ৰত্যাহাৰ কৰা হৈছে ম’বাইল সেৱা…..

জম্মু-কাশ্মীৰত আৰম্ভ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান....

জম্মু-কাশ্মীৰত আৰম্ভ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান

সন্ত্ৰাসবিধ্বস্ত অঞ্চলত প্ৰত্যাহাৰ কৰা হৈছে ম’বাইল সেৱা

পুঞ্চ আৰু ৰাজৌৰীত বৃহৎ অভিযান নিৰাপত্তাৰক্ষীৰ

সন্ত্ৰাসবাদীৰ আক্ৰমণত ৫ সেনাৰ বীৰগতিৰ পিছতে অভিযান

পুৱাৰে পৰা পুঞ্চ, ৰাজৌৰীৰ ম’বাইল সেৱা প্ৰত্যাহাৰ

আখনুৰত সেনাৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী

৫জন সন্ত্ৰাসবাদীৰ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা বিফল

আখনুৰৰ খাওৰ সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা ৫ সন্ত্ৰাসবাদীৰ

উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 15 =

Back to top button