Assamজম্মু-কাশ্মীৰদৈনিক বাতৰিভাৰত

জম্মু-কাশ্মীৰত গুলীয়াগুলীৰ ঘটনা, সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত গুলীয়াগুলী….

জম্মু-কাশ্মীৰত গুলীয়াগুলীৰ ঘটনা, সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত গুলীয়াগুলী

জম্মু-কাশ্মীৰত গুলীয়াগুলীৰ ঘটনা

সন্ত্ৰাসবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত গুলীয়াগুলী

ৰাজৌড়ি আৰু অনন্ত নাগত সংঘৰ্ষ অব্যাহত

সুৰক্ষা বাহিনীৰ তালাচী অভিযানৰ সময়ত এই ঘটনা

সংঘৰ্ষত মনপ্ৰীত সিং নামৰ এজন কৰ্ণেল নিহত

গুলীয়াগুলীৰ ঘটনাত আন এজন আৰক্ষী জোৱান আহত

সোমবাৰৰ পৰাই অঞ্চলটোত চলি আছে অভিযান

গুলীয়াগুলীৰ ঘটনাত ধৰাশায়ী হৈছে দুই সন্ত্ৰাসবাদী

চলিত বৰ্ষত এতিয়ালৈ ২৬ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

এই সময়ছোৱাত ১০ সুৰক্ষা কৰ্মীও শ্বহীদ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.