আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাদৈনিক বাতৰি

তেল শোধনাগাৰত ভয়ংকৰ বিস্ফোৰণ! এশৰো আধিক লোক নিহত, সন্ধানহীন বহুজন…

বিস্ফোৰণ ইমানেই ভয়াবহ আছিল যে, এতিয়াও গৰাকী বিহিন জ্বলি যোৱা কেইবাটাও মৃতদেহ মাটিত পৰি আছে। আনকি বহু মৃতদেহ এতিয়াও গছত ওলমি আছে

দক্ষিণ-পূব নাইজেৰিয়াৰ এটা অবৈধ তেল শোধনাগাৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত নিহত হয় এশজনৰো অধিক লোক। আন বহুতৰে এতিয়াও সন্ধান পোৱা হোৱা নাই।

বিস্ফোৰণ ইমানেই ভয়াবহ আছিল যে, এতিয়াও গৰাকী বিহিন জ্বলি যোৱা কেইবাটাও মৃতদেহ মাটিত পৰি আছে। আনকি বহু মৃতদেহ এতিয়াও গছত ওলমি আছে।

বিস্ফোৰণৰ ফলত অকল শোধনাগাৰতে নহয়. শোধনাগাৰৰ আশে পাশে থকা বিভিন্ন সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন হৈছে।
এতিয়াও মৃত্যুৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই।

উল্লেখ্য যে নাইজেৰিয়াৰ বিভিন্ন ঠাইত অবৈধভাৱে খাৰুৱা শোধন সচৰাচৰ হয় য’ত তেল চোৰে অশোধিত তেল চুৰি কৰিবলৈ পাইপলাইনত বিস্ফোৰণ ঘটায়। তেওঁলোকে ক’লা বজাৰত বিক্ৰী কৰিবলৈ পৰিশোধ কৰে তেল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.