উৎকোচ লৈ ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) এজন সহকাৰী অভিযন্তা। শুকুৰবাৰে দুৰ্নীতিৰ অভিযোগত অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে আটক কৰে GMCৰ কনিষ্ঠ অভিযন্তা দিবাকৰ মালীক।
এজন ঠিকাদাৰৰ পৰা দিবাকৰ মালীয়ে উৎকোচ হিচাপে বিচাৰিছিল ৫০০০ টকা।
One Dibakar Mali, Assistant Engineer of @gmc_guwahati caught red handed today while accepting demanded bribe money by @DIR_VAC_ASSAM @assampolice @CMOfficeAssam @mygovassam
— GP Singh (@gpsinghips) October 22, 2021
শুকুৰবাৰে, উৎকোচ লোৱাৰ সময়তে ফাঁচী বজাৰৰ কাৰ্যালয়ৰ পৰাই দুৰ্নীতি বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰে কনিষ্ঠ অভিযন্তা দিবাকৰ আলীক।

